New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/935d217b-24d7-477b-b4e2-9f36e7e95523/download.jpg)
গোলাঘাটৰ বাণিজ্য মহাবিদ্যালয়ত চাঞ্চল্য।
শ্রেণী চলি থকা অৱস্থাতে মহাবিদ্যালয়খনৰ চৌহদত অঘটন।
মঙলবাৰে সংঘটিত হয় এই ঘটনা।
এজন ছাত্রই ছুৰীৰে আক্রমণ কৰে আন দুজন ছাত্রক।
আঘাতপ্রাপ্ত জাভেদ আলী, জাফৰ আলী নামৰ ছাত্র দুজন।
আব্দুল ৰহমান নামৰ ছাত্রজনৰ আক্রমণত আহত দুয়োজন।