গোলাঘাটত চাঞ্চল্য! এজন ছাত্ৰই ছুৰীৰে আক্ৰমণ কৰে আন দুজনক...

গোলাঘাটৰ বাণিজ্য মহাবিদ্যালয়ত চাঞ্চল্য।
গোলাঘাটত চাঞ্চল্য! এজন ছাত্ৰই ছুৰীৰে আক্ৰমণ কৰে আন দুজনক...
  • গোলাঘাটৰ বাণিজ্য মহাবিদ্যালয়ত চাঞ্চল্য।

  • শ্রেণী চলি থকা অৱস্থাতে মহাবিদ্যালয়খনৰ চৌহদত অঘটন।

  • মঙলবাৰে সংঘটিত হয় এই ঘটনা।

  • এজন ছাত্রই ছুৰীৰে আক্রমণ কৰে আন দুজন ছাত্রক।

  • আঘাতপ্রাপ্ত জাভেদ আলী, জাফৰ আলী নামৰ ছাত্র দুজন।

  • আব্দুল ৰহমান নামৰ ছাত্রজনৰ আক্রমণত আহত দুয়োজন।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in