Advertisment

ভূমিকম্পত ৩২গৰাকীকৈ লোকৰ মৃত্যু...

মঙলবাৰে পুৱাই অহা ভূমিকম্পত তিব্বতত ৩২গৰাকীকৈ লোকৰ মৃত্যুৰ খবৰ আহিছে। ৬.৮ প্ৰাৱল্যৰ এই ভূমিকম্পটোত তিব্বতত ব্যাপক ক্ষতিসাধন হয়।  এই ভূমিকম্পত ৩৮ৰো অধিক লোক আহত হোৱাৰ খবৰ আহিছে।

author-image
Asomiya Pratidin
New Update
ভূমিকম্প

ভূমিকম্প Photograph: (ভূমিকম্প)

ডিজিটেল ডেস্কঃ  মঙলবাৰে পুৱাই অহা ভূমিকম্পত তিব্বতত ৩২গৰাকীকৈ লোকৰ মৃত্যুৰ খবৰ আহিছে। ৬.৮ প্ৰাৱল্যৰ এই ভূমিকম্পটোত তিব্বতত ব্যাপক ক্ষতিসাধন হয়।  এই ভূমিকম্পত ৩৮ৰো অধিক লোক আহত হোৱাৰ খবৰ আহিছে।

Advertisment

ভাৰতীয় সময় অনুসৰি পুৱা ৯.০৫বজাত অনুভূত হৈছিল এই ভূমিকম্পৰ। চীনৰ এই ভূমিকম্পৰ জোঁকাৰণি অসমতো অনুভূত হয়। বিহাৰত ইয়াৰ সৰ্বাধিক জোকাৰণিঁ অনুভূত হয় যদিও ইয়াৰ বাহিৰে অসম, ছিক্কিম, পশ্চিম বংগতো অনুভূূত হয় জোকাৰণিঁ।  অৱশ্যে ইয়াত কোনো ক্ষয়-ক্ষতিৰ কোনো খবৰ অহা নাই। 

 

ভূমিকম্প