New Update
/asomiyapratidin/media/media_files/2025/04/05/Jtdp6ZNXYYDy2RNhh1TA.jpg)
- পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত ধুমুহা-বৰষুণৰ তাণ্ডৱ।
- ফিলাংপি, প্ৰিলো, খেৰণি, মাটিখোলা, আমপথাৰ, চেংবং আদি অঞ্চলত বিস্তৰ ক্ষতিসাধন।
- প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি বিদ্যুতৰ তাঁৰ চিঙি বিদ্যুৎ যোগান ব্যাহত।
- লগতে ব্যাহত হৈ পৰে যান-বাহনৰ চলাচল।
- তচনচ হ'ল বহু পৰিয়ালৰ বাসগৃহ, তামোল গছ, কলগছ ইত্যাদি।
- প্ৰচণ্ড ধুমুহাত গৃহহাৰা হ'ল ২০ তকৈ অধিক পৰিয়াল।
- আনকি ধ্বংসস্তূপত পৰিণত হ'ল বিদ্যালয় গৃহ।