New Update
/asomiyapratidin/media/media_files/2025/05/09/x9brgjIbVr6Krm58hHIb.png)
যুদ্ধ বন্ধ কৰা : পাকিস্তানক সকিয়নী আমেৰিকাৰ
- পাকিস্তানক কঠোৰ সকিয়নী আমেৰিকাৰ।
- ভাৰতৰ বিৰুদ্ধে চলোৱা আক্ৰমণ বন্ধ কৰিবলৈ নিৰ্দেশ ৱাশ্বিংটনৰ।
- পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ মাৰ্কিন বৈদেশিক সচিবৰ।
- ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰলৈও ফোন আমেৰিকাৰ।
- ভাৰতৰ পক্ষত বিশ্বৰ প্ৰায়বোৰ শক্তিশালী দেশ।
- ইজৰাইল , ফ্ৰান্স, ৰাছিয়া, জাপানৰ পাছত ব্ৰাজিলৰো সমৰ্থন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us