New Update
/asomiyapratidin/media/media_files/2025/08/30/xxxxx-2025-08-30-15-32-47.jpg)
- শ্রীভূমিৰ এখন শিক্ষানুষ্ঠানত চাঞ্চল্যকৰ ঘটনা
- এজন ছাত্রৰ বেগৰ পৰা উদ্ধাৰ এটা হস্তনিৰ্মিত পিষ্টল
- ফ্রণ্টিয়াৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সংঘটিত এই ঘটনা
- ছাত্রজন উচ্চতৰ মাধ্যমিক প্রথম বাৰ্ষিকৰ
- ঘটনা সন্দৰ্ভত কৰিমগঞ্জ আৰক্ষীক অৱগত কৰে শিক্ষানুষ্ঠান কৰ্তৃপক্ষই
- আৰক্ষীয়ে পিষ্টলটো জব্দ কৰি থানালৈ লৈ যায় ছাত্রজনক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us