/asomiyapratidin/media/media_files/2025/06/27/cccccsssssss-2025-06-27-20-13-19.jpg)
ডিমৰীয়াত শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা, সহস্ৰাধিক ভক্তৰ অংশগ্ৰহণ
ডিজিটেল সংবাদ,ডিমৰীয়াঃ উৰিষ্যাৰ শ্ৰী শ্ৰী জগন্নাথ প্ৰভূৰ ৰথযাত্ৰাৰ লগত সংগতি ৰাখি ডিমৰীয়াৰ দুৰুঙতো উলিওৱা হয় ৰথযাত্ৰা। দুৰুং সাৰ্বজনীন শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত উলিওৱা এই ৰথযাত্ৰাত সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি কৃষ্ণনামৰে মুখৰিত কৰে চৌদিশ।
দুৰুং ৰাধা গোবিন্দ মন্দিৰৰ পৰা উলিওৱা এই ৰথ যাত্ৰাই সমগ্ৰ অঞ্চল পৰিভ্ৰমণ কৰি এক আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰে।