জামুগুৰিহাটৰ নাহৰবাৰীৰ শ্ৰীশ্ৰী বাবা নাগেশ্বৰ মন্দিৰত ভক্তৰ ভিৰ

জামুগুৰিহাটৰ নাহৰবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত থকা শ্ৰীশ্ৰী বাবা নাগেশ্বৰ মন্দিৰত সোমবাৰৰ পুৱাৰে পৰাই ভক্তৰ লানি নিচিঙা ভিৰ দেখা যায় ৷

author-image
Asomiya Pratidin
New Update
vhhvhvvhvh

জামুগুৰিহাটৰ নাহৰবাৰীৰ শ্ৰীশ্ৰী বাবা নাগেশ্বৰ মন্দিৰত ভক্তৰ ভিৰ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ নাহৰবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত থকা শ্ৰীশ্ৰী বাবা নাগেশ্বৰ মন্দিৰত সোমবাৰৰ পুৱাৰে পৰাই ভক্তৰ লানি নিচিঙা ভিৰ দেখা যায় ৷

Advertisment

অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত সকলে মন্দিৰত উপস্থিত হৈ শ্ৰীশ্ৰী বাবা নাগেশ্বৰৰ আশীষ গ্ৰহণ কৰে ৷ শ্ৰীশ্ৰী বাবা নাগেশ্বৰ মন্দিৰত সেৱা জনাই ভক্তসকলে মনৰ আশা আকাংক্ষা পুৰণৰ বাবে শিৱ বাবাৰ চৰণত পূজা অৰ্চনা কৰাও দেখা যায়।

শিৱ মন্দিৰ জামুগুৰিহাট