গুৱাহাটী গ্ৰন্থমেলাত 'শীতৰ দুৱৰি বনত শব্দৰ ঝংকাৰ' শীৰ্ষক কাৰ্যসূচী...

খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাত আজি অনুষ্ঠিত হয় 'শীতৰ দুৱৰি বনত শব্দৰ ঝংকাৰ' শীৰ্ষক গীত আৰু কবিতাৰ এক অনুষ্ঠানৰ। সম্প্ৰীতিৰ মুক্ত মঞ্চ, অসমৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত গ্ৰন্থমেলাৰ উপেন্দ্ৰ নাথ শৰ্মা সভাঘৰত অনুষ্ঠিত হয় এই কাৰ্যসূচী।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃখানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাত আজি অনুষ্ঠিত হয় 'শীতৰ দুৱৰি বনত শব্দৰ ঝংকাৰ' শীৰ্ষক গীত আৰু কবিতাৰ এক অনুষ্ঠানৰ। সম্প্ৰীতিৰ মুক্ত মঞ্চ, অসমৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত গ্ৰন্থমেলাৰ উপেন্দ্ৰ নাথ শৰ্মা সভাঘৰত অনুষ্ঠিত হয় এই কাৰ্যসূচী।

0

publive-image

লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ গীতেৰে আৰম্ভ কৰা আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্প্ৰীতিৰ মুক্ত মঞ্চৰ গুৱাহাটী মহানগৰ সমিতিৰ সম্পাদক সুবন্তি দেউৰীয়ে। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ডঃ ডালিমী দাস, কিশোৰ চৌধুৰী আৰু ডাঃ বন্দনা তামুলীয়ে। লেখিকা মৃণালী ভৰালীৰ পৰিচালনাত অনুষ্ঠিত কাৰ্যসূচীত কেইবাগৰাকী শিল্পীয়ে গীত পৰিবেশনৰ লগতে প্ৰায় ৩০ গৰাকী কবিয়ে কবিতা পাঠ কৰে।

গ্ৰন্থমেলা