New Update
/asomiyapratidin/media/media_files/2025/06/11/W5YTNykAkLH5Uof6iyMd.jpg)
নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত অঘটন
- নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত অঘটন
- কমিচনৰ পূৰ্বেই সোৱণশিৰি প্ৰকল্পত বিপদৰ আগজাননী
- সোৱণশিৰি কোবাল সোঁতে খহাই নিছে স্পিল ৱে গেটৰ গাৰ্ডৱাল
- মূল বান্ধটোৰ ছয় নং ব্লকত এই অঘটন
- ছয় নং গেটৰ স্পিল ৱে’ বেচ ফ্ল’ৰ বিস্তৰ ক্ষতিৰ আশংকা
- এনএইচপিচিৰ বিশ্বস্ত সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য