Advertisment

দক্ষিণ শালমাৰা মানকাচৰ জিলাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান...

দক্ষিণ শালমাৰা মানকাচৰ জিলাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। দুটা পৃথক স্থানৰ পৰা আৰক্ষীয়ে ৫ ড্ৰাগছ সৰবৰাহকাৰী সহ বৃহৎ পৰিমাণৰ হেৰ'ইন আৰু মাদক দ্ৰব্য জব্দ কৰিছে। দক্ষিণ শালমাৰাৰ ফেৰশ্বাটাৰী এলেকাত ৩ জনক কৰায়ত্ব কৰি জব্দ কৰা হৈছে হেৰ'ইন।

author-image
Asomiya Pratidin
New Update
মানকাচৰ জিলাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

মানকাচৰ জিলাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান Photograph: (মানকাচৰ জিলাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান)

  • দক্ষিণ শালমাৰা মানকাচৰ জিলাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
  • দুটা পৃথক স্থানৰ পৰা আৰক্ষীয়ে ৫ ড্ৰাগছ সৰবৰাহকাৰী সহ বৃহৎ পৰিমাণৰ হেৰ'ইন আৰু মাদক দ্ৰব্য জব্দ কৰিছে।
  • দক্ষিণ শালমাৰাৰ ফেৰশ্বাটাৰী এলেকাত ৩ জনক কৰায়ত্ব কৰি জব্দ কৰা হৈছে হেৰ'ইন।
  • ধৰি ড্ৰাগছ সৰবৰাহকাৰী কেইটাক নুৰ ৰেজ্জাক, মনোৱাৰ হুছেইন আৰু জাহানুৰ ৰহমান আকন্দ বুলি চিনাক্ত কৰা হৈছে।
  • সুখচৰৰ ফাততাপাৰাতো ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
  • সন্দেহযুক্ত হেৰ'ইন আৰু নিচাজাতীয় সামগ্ৰী সহ দুজনক কৰায়ত্ব কৰা হৈছে।
দক্ষিণ শালমাৰা