মুখ্য-পৃষ্ঠা অসম পাকিস্তানক সমৰ্থন কৰি দক্ষিণ শালমাৰাত গ্রেপ্তাৰ যুৱক... পাকিস্তানক সমৰ্থন কৰি দক্ষিণ শালমাৰাত গ্রেপ্তাৰ যুৱক। ধৃত যুৱকজন কাঠডাঙা মহুৰীৰচ’ৰৰ ৰাজু শ্বেখ। ইনষ্টাগ্রাম একাউণ্টৰ জৰিয়তে পাকিস্তানক সমৰ্থন কৰিছিল ৰাজুৱে। Asomiya Pratidin 17 May 2025 23:44 IST Follow UsNew Updateপাকিস্তানক সমৰ্থন কৰি দক্ষিণ শালমাৰাত গ্রেপ্তাৰ যুৱক।ধৃত যুৱকজন কাঠডাঙা মহুৰীৰচ’ৰৰ ৰাজু শ্বেখ।ইনষ্টাগ্রাম একাউণ্টৰ জৰিয়তে পাকিস্তানক সমৰ্থন কৰিছিল ৰাজুৱে।ৰাজুৰ ম’বাইল ফোনো জব্দ কৰে আৰক্ষীয়ে। পাকিস্তানআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক