শালকাটাত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ

দক্ষিণ শালমাৰাৰ শালকাটাত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাব দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই বহু পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
gt
  • দক্ষিণ শালমাৰাৰ শালকাটাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
  • বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন
  • জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাব দাসৰ নেতৃত্বত শালমাৰা আৰক্ষীয়ে চলাইছিল অভিযান
  • ধৃত ড্ৰাগছ মাফিয়াটোক জিয়াৰুল মণ্ডল বুলি চিনাক্ত 
  • জব্দ কৰা হৈছে হেৰ'ইন, নিচাজাতীয় টেবলেট
  • নিশা প্ৰায় ১ বজাত আৰক্ষীয়ে চলাইছিল অভিযান
নিচাযুক্ত দ্ৰব্য