দক্ষিণ কোৰিয়াত বিমান দুৰ্ঘটনাঃ নিহত ৬২ গৰাকী যাত্রী
দক্ষিণ কোৰিয়াৰ সময় অনুসৰি আজি পুৱা ৯ বজাত সংঘটিত হয় এই বিমান দুৰ্ঘটনা। এই বিমান ভয়ংকৰ দুৰ্ঘটনাৰ পাছতে উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে। দক্ষিণ কোৰিয়াৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি চয় চাং-মুৱে বিমান দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযানৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে