BCCIৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিলে নেকি সৌৰভ গাংগুলীয়ে…

BCCIৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিলে নেকি সৌৰভ গাংগুলীয়ে…
  • BCCIৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰা নাই সৌৰভ গাংগুলীয়ে।
  • টুইটাৰযোগে এক বিশেষ মন্তব্য কৰিছে গাংগুলীয়ে ।
  • ক'লে 'শীঘ্রেই আৰম্ভ কৰিম আন এক নতুন ইনিংছ'।
  • 'জনসাধাৰণৰ কল্যাণৰ অৰ্থে নতুন ইনিংছ আৰম্ভ কৰিম'
  • কিন্তু BCCIৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰা নাই সৌৰভ গাংগুলীয়ে।
  • এই কথা জনালে BCCI ৰ সম্পাদক জয় শ্বাহে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in