/asomiyapratidin/media/media_files/2026/01/20/whatsapp-image-2026-01-20-12-04-31.jpeg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ চতিয়াৰ ইটাখোলাত ড্ৰাগছসহ আটক কৰে এহাল পতি-পত্নীক। অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চতিয়া আৰু ইটাখোলা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ড্ৰাগছসহ আটক কৰে অৰুণাচলৰ চিজুচাৰ ৩ য় আই আৰ বি এনৰ কেডাৰ কেজেং নৰবো থংডক আৰু তেওঁৰ পত্নীক।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/20/1-2026-01-20-12-01-30.jpg)
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আই আৰ বি এনৰ কেডাৰজনৰ পত্নীৰ বেগৰ পৰা ৬টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইপিনে জামুগুৰিহাটৰ চৈবাৰীৰ পৰা AR-F -01-5151 নম্বৰৰ এখন স্কুটিৰেচিজুচালৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
/asomiyapratidin/media/post_attachments/f6dab596-b3d.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us