" শোণিতপুৰৰ চাৰিদুৱাৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ। ৰঙাপৰা আবকাৰী বিভাগে জব্দ কৰে সুৰাখিনি ৷ চাৰিদুৱাৰৰ এৰালীলগা গাঁৱৰ পৰা জব্দ অবৈধ অৰুণাচলী সুৰাখিনি ৷ জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় ২লাখ ১০ হাজাৰ টকা "