কংগ্রেছ নেত্রী ছোনিয়া গান্ধী পুনৰ অসুস্থ দিল্লীৰ গংগাৰাম হাস্পতালত ভৰ্তি ছোনিয়া গান্ধীক পেটৰ বিষৰ সমস্যাত ভুগিছে কংগ্রেছ নেত্রীগৰাকীয়ে বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা চলিছে ছোনিয়া গান্ধীৰ