মালয়বাৰী প্ৰতিষ্ঠাৰ কান্দাৰি সোণেশ্বৰ কোঁৱৰৰ মৃত্যুত ক্ষেত্ৰীত শোক..

মালয়বাৰী প্ৰতিষ্ঠাৰ কান্দাৰি সোণেশ্বৰ কোঁৱৰৰ মৃত্যুত ক্ষেত্ৰীত শোক..

author-image
Asomiya Pratidin
New Update
মালয়বাৰী প্ৰতিষ্ঠাৰ কান্দাৰি সোণেশ্বৰ কোঁৱৰৰ মৃত্যুত ক্ষেত্ৰীত শোক..

মালয়বাৰী প্ৰতিষ্ঠাৰ কান্দাৰি সোণেশ্বৰ কোঁৱৰৰ মৃত্যুত ক্ষেত্ৰীত শোক..

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় কৃষি বঁটা প্ৰাপক সোণোশ্বৰ কোঁৱৰ আৰু নাই। বাৰ্ধক্যজনিত কাৰণত সোণেশ্বৰ কোঁৱৰে শেষ নিশ্বাস ত্যাগ কৰিলে।

উল্লেখ্য যে কামৰূপৰ ক্ষেত্ৰীৰ মালয়বাৰী অঞ্চলৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ থকা সোণেশ্বৰ কোঁৱৰ মালয়বাৰী গাওঁ প্ৰতিষ্ঠাৰ কান্দাৰি আছিল।

আনহাতে কৃষি কৰ্মৰে স্বাৱলম্বীতাৰ নিদৰ্শন দেখুওৱা সোণেশ্বৰ কোঁৱৰক ১৯৯০ চনতে প্ৰদান কৰা হৈছিল ৰাষ্ট্ৰীয় কৃষি বঁটা। তেওঁৰ মৃত্যুত সমগ্ৰ ক্ষেত্ৰীৰ মালয়বাৰীত শোকৰ ছাঁ পৰিছে।

ক্লিক কৰি পঢ়কঃ সুদীৰ্ঘ অপেক্ষাৰ অন্ত ! এই বছৰতে অযোধ্যাৰ ৰাম মন্দিৰৰ গৰ্ভ গৃহত প্ৰতিষ্ঠা হ'ব মূৰ্তি...

মালয়বাৰী সোণেশ্বৰ কোঁৱৰ