সোণাপুৰ হব জুবিনৰ শেষ ঠিকনা.....

অৱশেষত নিশ্চিত কৰা হল জুবিন গাৰ্গৰ সমাধিৰ স্থান। সোণাপুৰ হব জুবিনৰ শেষ ঠিকনা। সোণাপুৰৰ হাতীমুৰাত নিৰ্মাণ কৰা হ’ব জুবিনৰ সমাধিক্ষেত্র। যাৰবাবে প্রশাসনে ইতিমধ্যে সম্পূৰ্ণ কৰিছে যাৱতীয় প্রস্তুতি। 

author-image
Asomiya Pratidin
New Update
new ap web 1 (15)

ডিজিটেল ডেস্কঃ অৱশেষত নিশ্চিত কৰা হল জুবিন গাৰ্গৰ সমাধিৰ স্থান। সোণাপুৰ হব জুবিনৰ শেষ ঠিকনা। সোণাপুৰৰ হাতীমুৰাত নিৰ্মাণ কৰা হ’ব জুবিনৰ সমাধিক্ষেত্র। যাৰবাবে প্রশাসনে ইতিমধ্যে সম্পূৰ্ণ কৰিছে যাৱতীয় প্রস্তুতি। 

ইফালে, মুখ্য সচিবৰ জৰিয়তে মুখ্যমন্ত্রীয়ে ভিডিঅ’ কনফাৰেন্সযোগে পৰিদৰ্শন কৰে ভূমি। জুবিনৰ পৰিয়ালে পিতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ আশে -পাশে জুবিনৰ শেষকৃত্যৰ সম্পন্ন কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছিল। পৰিয়ালৰ আহ্বানৰ প্ৰতি সন্মান জনাই চৰকাৰে ললে এই সিদ্ধান্ত।

জুবিন গাৰ্গ