সোণাপুৰত কাৰ্বি ছাত্ৰ সন্থাৰ সংবাদমেল

কাৰ্বি ছাত্ৰ সন্থা আৰু অসম ভৈয়াম কাৰ্বি আদৰবাৰে দীৰ্ঘদিন ধৰি কৰি অহা দাবীৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে জনোৱা যোগাত্মক সঁহাৰিৰ‌ বাবে কৃতজ্ঞতা জ্ঞাপন।

author-image
Asomiya Pratidin
New Update
5

ডিজিটেল ডেস্কঃ সোণাপুৰত অনুষ্ঠিত হয়  কাৰ্বি ছাত্ৰ সন্থাৰ সংবাদমেল। ভৈয়ামত বসবাস কৰা কাৰ্বিসকলৰ বাবেও "কাৰ্বি ৱেলফেয়াৰ  অট'নমাচ কাউঞ্চিল" গঠনৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ আদৰণি জনোৱা  পৰিলক্ষিত হয় । 

WhatsApp Image 2025-11-25 at 5.58.34 PM

উল্লেখ্য যে কাৰ্বি ছাত্ৰ সন্থা আৰু অসম ভৈয়াম কাৰ্বি আদৰবাৰে দীৰ্ঘদিন ধৰি কৰি অহা দাবীৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে জনোৱা যোগাত্মক সঁহাৰিৰ‌ বাবে মুখ্যমন্ত্ৰীগৰাকীলৈ জনাই কৃতজ্ঞতা।

WhatsApp Image 2025-11-25 at 5.59.12 PM

ইপিনে অনাগত দিনত ভৈয়াম কাৰ্বি সকলৰ আন সমস্যাসমূহো মুখ্যমন্ত্ৰীক গুৰুত্বসহকাৰে বিবেচনা কৰাৰ আহ্বান জনাইছে সকলোৱে। 

WhatsApp Image 2025-11-25 at 5.59.45 PM

সোণাপুৰ