New Update
/asomiyapratidin/media/media_files/2025/05/11/HCWQ5HwF9QY2VznALiIu.jpg)
- জম্মু-কাশ্মীৰৰ বায়ু সেনাৰ ঘাটিত এজন জোৱান শ্বহীদ।
- উধামপুৰত থকা বায়ু সেনাৰ ঘাটিত পাকিস্তানৰ এটা ড্ৰোণৰ খুন্দাত মৃত্যু হয় জোৱানজনৰ।
- বায়ু সেনাই আকাশতে ড্ৰোণটো ধ্বংস কৰিছিল যদিও ড্ৰোণটোৰ এটা অংশই খুন্দা মাৰিছিল জোৱানজনক।
- উল্লেখ কৰা প্ৰয়োজন যে, যুদ্ধবিৰতি ঘোষণা হোৱাৰ আগতেই সংঘটিত হৈছিল এই ঘটনা।
- আঘাতপ্ৰাপ্ত জোৱানগৰাকীৰ মৃত্যু হয় পুৱতি নিশা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us