New Update
/asomiyapratidin/media/media_files/2025/05/11/YOOvueThC65X7wkjE9x7.jpg)
- জম্মুৰ নাগ্ৰোটা আৰ্মী ষ্টেচনত গুলীচালনা।
- এই গুলীচালনাত গুৰুতৰভাৱে আহত সেনা জোৱান।
- সন্ত্ৰাসবাদীয়ে উক্ত চাউনীটোত আক্ৰমণ কৰাৰ সন্দেহ।
- ইতিমধ্যে সেনা এটা বৃহত দল উপস্থিত হৈ অঞ্চলটোত আৰম্ভ কৰিছে অভিযান।
- বৰ্তমানলৈ কোনো তথ্য ৰাজহুৱা কৰা নাই সেনাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/2025/07/23/2025-07-22t183000829z-ddd-2025-07-23-00-00-00.jpg )
 Follow Us
 Follow Us