বলয়গ্ৰাস সূৰ্যগ্ৰহণঃ চাওক VIDEO…

বলয়গ্ৰাস সূৰ্যগ্ৰহণঃ চাওক VIDEO…

author-image
asomiyapratidin
New Update
বলয়গ্ৰাস সূৰ্যগ্ৰহণঃ চাওক VIDEO…

ডিজিটেল ডেস্কঃ এচিয়া, আফ্ৰিকা মহাদেশৰ বিভিন্ন প্ৰান্তত পুৱা ৯.১৫বজাৰে পৰা আৰম্ভ হৈছে বলয় সূৰ্যগ্ৰহণ। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ভাৰতত ভিন্ন ৰাজ্যত ভিন্ন সময়ত প্ৰত্যক্ষ হব। পুৱা ১০.৫০ বজালৈকে বিভিন্ন ৰাজ্যত প্ৰত্যক্ষ কৰা সূৰ্যগ্ৰহণৰ দৃশ্য-

জম্মু-কাশ্মীৰঃ


— ANI (@ANI) June 21, 2020

দিল্লীঃ

গুজৰাটঃ

ৰাজস্থানঃ

হাৰিয়ানাঃ