Advertisment

কচুৱাৰ বিভিন্ন প্রান্তৰ পৰা নিশা হ’লেই বহিঃ ৰাজ্যলৈ সৰবৰাহ হয় চোৰাং গৰুভৰ্তি বাহন...

ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ । নগাঁও জিলাৰ কচুৱাৰ বিভিন্ন প্রান্তদি দিনে- নিশাই চলে চোৰাং গৰুৰ সবৰাহ..

author-image
Asomiya Pratidin
New Update
cow

cow

ডিজিটেল সংবাদ, কচুৱা : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ । নগাঁও জিলাৰ কচুৱাৰ বিভিন্ন প্রান্তদি দিনে- নিশাই চলে চোৰাং গৰুৰ সবৰাহ। এই ঘটনা অৱ্যাহত থকাৰ মাজতে শুকুৰবাৰৰ নিশা কচুৱা বগৰীতলত স্থানীয় ৰাইজে জব্দ কৰে AS 02 DC 3747 নম্বৰৰ গৰুভৰ্তি বাহন। 

Advertisment

জানিব পৰা মতে নগাঁও ধিঙৰ পৰা ৯টা গৰু লৈ কচুৱাৰ লুটুমাৰীলৈ আহি থকা অৱস্থাত বাহনখন জব্দ কৰে। অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি বিনা চালানত কাৰ্বি আংলং হৈ মেঘালয়লৈ চোৰাঙভাৱে গাড়ী পাৰ হৈ যায়। কেৱল ইমানেই নহয়, মেঘালয় হৈ আকৌ চুবুৰীয়া ৰাষ্ট্ৰঃ বাংলাদেশলৈ সৰবৰাহ হৈ আহিছে চোৰাং গৰু।

Kasua Assam police