পৰ্বতঝোৰাত চোৰাং গৰুৰ বিৰুদ্ধে অভিযানঃ জব্দ ৪টা গৰু, আটক সৰবৰাহকাৰী

পৰ্বতঝোৰাৰ হাউৰীঝোৰাত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান। টিপকাই আৰক্ষীৰ অভিযানত জব্দ চাৰিটা চোৰাং গৰু। আৰক্ষীৰ অভিযানত আটক এজন সৰবৰাহকাৰী।

author-image
Asomiya Pratidin
New Update
CSSDD
  • পৰ্বতঝোৰাৰ হাউৰীঝোৰাত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান
  • টিপকাই আৰক্ষীৰ অভিযানত জব্দ চাৰিটা চোৰাং গৰু
  • আৰক্ষীৰ অভিযানত আটক এজন সৰবৰাহকাৰী
  • ধৃত চোৰাং গৰু সৰবৰাহকাৰীটোৰ নাম জগদীশ ব্ৰহ্ম

WhatsApp Image 2026-02-23 at 7.23.43 PM

  • অধিক তথ্যৰ বাবে পৰ্বতঝোৰা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া
  • সৰবৰাহকাৰীটোক মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে
পৰ্বতঝোৰা