হাজোত লাওখোলা উদ্ধাৰ...

হাজো আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে লাওখোলাটো। লাওখোলা উদ্ধাৰক লৈ অঞ্চলজুৰি তীব্ৰ উত্তেজনা।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • হাজোত মানুহৰ লাওখোলা উদ্ধাৰক তীব্ৰ চাঞ্চল্য।
  • নৱনিৰ্মিত হাজো শুৱালকুছি ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ এটি লাওখোলা। 
  • স্থানীয় লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে হাজো আৰক্ষীক।
  • হাজো আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে লাওখোলাটো।
  • লাওখোলা উদ্ধাৰক লৈ অঞ্চলজুৰি তীব্ৰ উত্তেজনা।
হাজো