/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/e7ce7d7f-01d4-442d-8c87-c576a0edce50/dhekiajuli_21.jpg)
ঢেকীয়াজুলিত দলঙৰ তলত ৬ টাকৈ বোমা উদ্ধাৰ...
ঢেকীয়াজুলিত বোমাৰ আতংক।
ঢেকীয়াজুলিৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথত উদ্ধাৰ হৈছে কেইবাটাও বোমা।
উদ্ধাৰ হোৱা বোমা কেইটা হস্তনিৰ্মিত।
ঢেকীয়াজুলিৰ চিৰাজুলী দলঙৰ তলত উদ্ধাৰ হৈছে এই হস্তনিৰ্মিত বোমা কেইটা।
জানিব পৰা মতে দলঙৰ তলৰ পৰা ৬টাকৈ বোমা উদ্ধাৰ কৰা হৈছে।
ঢেকীয়াজুলি আৰক্ষী আৰু সেনাই চলাইছিল অভিযান।
সেনা, আৰক্ষীয়ে কোনো নিষিদ্ধ সংগঠনে কূটাঘাতৰ আশংকাতে এই বোমা কেইটা লুকুৱাই থোৱাৰ সন্দেহ কৰিছে।
ক্লিক কৰি পঢ়কঃ অসম আন্দোলনৰ পটভূমিত ৰচিত জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনৰ উপন্যাস 'এজাক অভিমন্যু' উন্মোচন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us