ঢেকীয়াজুলিত দলঙৰ তলত ৬ টাকৈ বোমা উদ্ধাৰ...

ঢেকীয়াজুলিত দলঙৰ তলত ৬ টাকৈ বোমা উদ্ধাৰ...
ঢেকীয়াজুলিত দলঙৰ তলত ৬ টাকৈ বোমা উদ্ধাৰ...
  • ঢেকীয়াজুলিত বোমাৰ আতংক।

  • ঢেকীয়াজুলিৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথত উদ্ধাৰ হৈছে কেইবাটাও বোমা।

  • উদ্ধাৰ হোৱা বোমা কেইটা হস্তনিৰ্মিত।

  • ঢেকীয়াজুলিৰ চিৰাজুলী দলঙৰ তলত উদ্ধাৰ হৈছে এই হস্তনিৰ্মিত বোমা কেইটা।

  • জানিব পৰা মতে দলঙৰ তলৰ পৰা ৬টাকৈ বোমা উদ্ধাৰ কৰা হৈছে।

  • ঢেকীয়াজুলি আৰক্ষী আৰু সেনাই চলাইছিল অভিযান।

  • সেনা, আৰক্ষীয়ে কোনো নিষিদ্ধ সংগঠনে কূটাঘাতৰ আশংকাতে এই বোমা কেইটা লুকুৱাই থোৱাৰ সন্দেহ কৰিছে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in