" শিৱসাগৰৰ সিংহদোৱাৰত অঘটন। এখন টায়াৰ মেৰামতিৰ দোকানত বিস্ফোৰণ। পাম্পিং মেচিন বিস্ফোৰিত হৈ হাহাকাৰ পৰিস্থিতি। সোনবা আলী নামৰ লোকজনৰ ছিগিল দুয়োখন ভৰি। সংকটজনক অৱস্থাত সোনবা আলীক চিকিৎসালয়ত ভৰ্তি। ২ কিঃমিঃ আঁতৰৰ পৰা শুনা গৈছিল বিস্ফোৰণৰ শব্দ। "