ঘৰৰ চৌহদৰ পৰা সন্ধানহীন ছাত্ৰ...

ঘৰৰ চৌহদৰ পৰাই নিৰুদ্দেশ হয় কৃষ্ণাভ গগৈ নামৰ ১৩ বছৰীয়া ছাত্ৰ জন। কোনো লোকে ছাত্ৰ জনৰ সন্ধান পালে ৬০০০৪৩৬২৩৭ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পিতৃ জীতেন গগৈ আৰু মাতৃ মিঠি গগৈয়ে।

author-image
Asomiya Pratidin
New Update
jk

ডিজিটেল সংবাদ,শিৱসাগৰ:  শিৱসাগৰ চহৰৰ পৰা আঠ কিলোমিটাৰ নিলগৰ ২নং দ-গাঁৱৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰ ১৫ ফেব্ৰুৱাৰীৰ বিয়লি ৫ বজাৰ পৰা নিৰুদ্দেশ হৈ আছে। এই ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ঘৰৰ চৌহদৰ পৰাই নিৰুদ্দেশ হয় কৃষ্ণাভ গগৈ নামৰ ১৩ বছৰীয়া ছাত্ৰ জন। কোনো লোকে ছাত্ৰ জনৰ সন্ধান পালে ৬০০০৪৩৬২৩৭ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পিতৃ জীতেন গগৈ আৰু মাতৃ মিঠি গগৈয়ে। উল্লেখ্যযোগ্য যে, এই সন্দৰ্ভত শিৱসাগৰ চেৰেকাপাৰ আৰক্ষীৰ চকীত অৱগত কৰিছে অভিভাৱকে।

শিৱসাগৰ