/asomiyapratidin/media/media_files/2025/12/28/1-2025-12-28-10-09-46.jpg)
ডিজিটেল ডেস্কঃ শিৱসাগৰত ONGCৰ খাৰুৱা তেল পৰিবাহী পাইপৰ পৰা তেল নিৰ্গমণ। ৰূপহী পথাৰত সংঘটিত হৈছে এই ঘটনা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/capture-2-2025-12-28-10-07-46.png)
উল্লেখ্য যে, খাৰুৱা তেলৰ নিৰ্গমণৰ ফলত বিস্তৰ কৃষি ভূমিৰ ক্ষতিসাধন হয়। ইপিনে শংকৰী সাংস্কৃতিক প্রকল্পলৈও আহিছে ভাবুকি।আনহাতে ঘটনাৰ দুটা দিনৰ পিছতো উপস্থিত হোৱা নাই GGS কৰ্তৃপক্ষ। সাধাৰণ জনতাসকল GGS কৰ্তৃপক্ষ উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/capture-1-2025-12-28-10-08-00.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us