New Update
/asomiyapratidin/media/media_files/2025/07/12/breaking-news-2025-07-12-12-34-36.jpg)
- শিৱসাগৰৰ ৰূদ্রসাগৰৰ জোনাকী নগৰত অঘটন
- মাটি ফুটি ওলাইছে খাৰুৱা তেল
- ONGCৰ প্ৰাক্তন কৰ্মচাৰী কৃষ্ণ দাসৰ বাসগৃহত এই ঘটনা
- কৃষ্ণ দাসৰ ৰান্ধনি গৃহৰ ভিতৰতে ওলাল খাৰুৱা তেলৰ ফোঁৱাৰ
- প্রকাণ্ড গাঁতৰ সৃষ্টি হৈ হোৰাহোৰে ওলাইছে খাৰুৱা তেল
- ঘটনাৰ পাছতে অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি
- ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us