এপিএছ মৰমী দাসৰ নেতৃত্বত মুম্বাইলৈ এছআইটিৰ দল

APS মৰমী দাসৰ নেতৃত্বত মুম্বাইলৈ SITৰ দল। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত মুম্বাইত উপস্থিত মৰমী দাস। কিছু বছৰ পূৰ্বে মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসা কৰিছিল জুবিন গাৰ্গে

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-10-16 at 7.56.24 PM
  • APS মৰমী দাসৰ নেতৃত্বত মুম্বাইলৈ SITৰ দল
  • জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত মুম্বাইত উপস্থিত মৰমী দাস
  • কিছু বছৰ পূৰ্বে মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসা কৰিছিল জুবিন গাৰ্গে
  • সেই হাস্পতালখনৰ চিকিৎসবকক সোধা-পোছা কৰিব মৰমী দাসে
  • জুবিন গাৰ্গৰ অসুস্থতা সন্দৰ্ভত তথ্য ল’ব SIT-এ
  • এই সকলো তথ্য সন্নিবিষ্ট কৰা হ’ব চাৰ্জশ্বীটত
জুবিন জুবিন গাৰ্গ