ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেললৈ যোৱা ৩ ফটোগ্ৰাফাৰক পুনৰ তলব এছআইটিৰ

ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেললৈ যোৱা ৩ ফটোগ্ৰাফাৰক পুনৰ তলব SITৰ। আজি CIDৰ কাৰ্যালয়ত উপস্থিত কুলজিৎ দেউৰী, অভিনাশ দাস আৰু অভিষেক।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-10-16 at 7.56.24 PM
  • ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেললৈ যোৱা ৩ ফটোগ্ৰাফাৰক পুনৰ তলব SITৰ
  • আজি CIDৰ কাৰ্যালয়ত উপস্থিত কুলজিৎ দেউৰী, অভিনাশ দাস আৰু অভিষেক
  • পুৱাই CID কাৰ্যালয়ত উপস্থিত কণ্ঠশিল্পী ভানুপ্রিয়া ডেকা 
  • SITত ভাষ্য প্রদান কৰিব কণ্ঠশিল্পীগৰাকীয়ে
  • আজি পুনৰবাৰ SITয়ে তলব কৰিছে ডা০ হিতেশ বৰুৱাক
  • CIDৰ কাৰ্যালয়ত পুনৰ ভাষ্য প্ৰদান কৰিব ডা০ বৰুৱাই
  • জুবিনৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত আন বহু লোকক তলব কৰিব SITয়ে
জুবিন গাৰ্গ জুবিন