কাছাৰত বুজন পৰিমাণৰ য়াবা টেবলেট জব্দ

কাছাৰৰ জিৰিঘাটত আৰক্ষীৰ নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান। অভিযানত জব্দ বুজন পৰিমাণৰ য়াবা টেবলেটসহ দুই সৰবৰাহকাৰী।

author-image
Asomiya Pratidin
New Update
image (36)
  • কাছাৰৰ জিৰিঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
  • অভিযানত জব্দ বুজন পৰিমাণৰ য়াবা টেবলেটসহ দুই সৰবৰাহকাৰী
  • ধৃত দুই সৰবৰাহকাৰী মণিপুৰৰ খুম্বা আৰু কে নামথুইডিনাং ৰংমেই বুলি জানিব পৰা গৈছে 
  • বলেৰ’ পিকআপ বাহনৰ পৰা জব্দ ১০ হাজাৰ য়াবা টেবলেট
  • জব্দ কৰা য়াবা টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় তিনি কোটি টকা
  • ইপিনে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত

নিচা জাতীয় টেবলেট কাছাৰ