শিলচৰত জব্দ ২ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী

 শিলচৰত অব্যাহত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত জব্দ বুজন পৰিমাণৰ হেৰ’ইন । সোনাবাৰী ঘাটত চলিছিল আৰক্ষীৰ এই অভিযান।

author-image
Asomiya Pratidin
New Update
gsfgsdfsa
  •  শিলচৰত অব্যাহত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
  • অভিযানত জব্দ বুজন পৰিমাণৰ হেৰ’ইন 
  • সোনাবাৰী ঘাটত চলিছিল আৰক্ষীৰ এই অভিযান

WhatsApp Image 2026-01-06 at 7.35.24 AM

  • অভিযানত দুখন বাহনৰ পৰা ৪০টা হেৰ’ইন ভৰ্তি বাকচ জব্দ
  • জব্দ কৰা ৪০৬গ্রাম হেৰ’ইনৰ মূল্য প্রায় ২কোটি টকা
  • চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা সৰবৰাহ কৰিছিল হেৰ’ইনখিনি

WhatsApp Image 2026-01-06 at 7.35.25 AM

  • ঘটনা সন্দৰ্ভত ৫জন লোকক গ্রেপ্তাৰ আৰক্ষীৰ
  • এছ পি পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত চলিছিল এই অভিযান
শিলচৰ