শিলচৰৰ ভাঙ্গাৰপাৰ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড...

নিশা শিলচৰৰ ভাঙ্গাৰপাৰ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড। জুইত জাহ গ’ল দুখনকৈ ব্যৱসায়িক প্রতিষ্ঠান। এখন ফাৰ্নিচাৰৰ দোকানৰ পৰাই অগ্নিকাণ্ডৰ সূত্রপাত। পিছত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপণ কৰে।

author-image
Asomiya Pratidin
New Update
UJJJDDD
  • নিশা শিলচৰৰ ভাঙ্গাৰপাৰ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড।
  • জুইত জাহ গ’ল দুখনকৈ ব্যৱসায়িক প্রতিষ্ঠান।
  • এখন ফাৰ্নিচাৰৰ দোকানৰ পৰাই অগ্নিকাণ্ডৰ সূত্রপাত।
  • পিছত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপণ কৰে।
  • অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ পূৰ্বে জ্বলি ছাৰখাৰ হয় সকলো।
  • বৈদ্যুতিক বিজুতিৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ।
শিলচৰ