/asomiyapratidin/media/media_files/2026/01/07/1-2026-01-07-08-41-58.jpg)
ডিজিটেল ডেস্কঃ সাৱধান ভুৱা চিকিৎসকেৰে ভৰিছে ৰাজ্য।ৰাজ্যত ইটোৰ পাঠত সিটো ভুৱা চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে অভিযান। এইবাৰশিলচৰত আৰক্ষীৰ জালত পুনৰ ভুৱা চিকিৎসক। ভুৱা চিকিৎসকজনৰ নাম কমৰুল ইছলাম মজুমদাৰ। শিলচৰৰ চেকেণ্ড লিং ৰোডত আৰক্ষীয়ে চলাইছিল অভিযান। সেই অভযানতে আটক কৰে ভুৱা চিকিৎসকগৰাকীক।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/07/whatsapp-image-2-2026-01-07-08-40-35.jpeg)
উল্লেখ্য যে, ভুৱা প্ৰমাণ পত্ৰৰে দীৰ্ঘদিনৰ পৰা চিকিৎসা সেৱা কৰি আহিছিল কমৰুল ইছলাম মজুমদাৰে। বৰ্তমানলৈ কাছাৰত ১৯ জনকৈ ভুৱা চিকিৎসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us