শিলচৰৰ ভাঙ্গাৰপাৰ বজাৰত বিধ্বংসী অগ্নিকাণ্ড

নিশা শিলচৰৰ ভাঙ্গাৰপাৰ বজাৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত দুখনকৈ ব্যৱসায়িক প্রতিষ্ঠান।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-24 at 8.48.09 AM
  • নিশা শিলচৰৰ ভাঙ্গাৰপাৰ বজাৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড
  • অগ্নিকাণ্ডত ভস্মীভূত দুখনকৈ ব্যৱসায়িক প্রতিষ্ঠান
  • এখন ফাৰ্নিচাৰৰ দোকানৰ পৰাই অগ্নিকাণ্ডৰ সূত্রপাত হয় 
  • পাছত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপণ কৰে
  • অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ পূৰ্বে জ্বলি ভস্মীভূত হয় সকলো
  • বৈদ্যুতিক বিজুতিৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ 

2

শিলচৰ