শিলচৰ সদৰ আৰক্ষীৰ অভিযান

অভিযানত গোলদিঘী মহলৰ পৰা পিষ্টল, গুলীসহ এজন যুৱকক গ্রেপ্তাৰ।

author-image
Asomiya Pratidin
New Update
image (11)
  • শিলচৰ সদৰ আৰক্ষীৰ অভিযান
  • অভিযানত গোলদিঘী মহলৰ পৰা পিষ্টল, গুলীসহ এজন যুৱতক গ্রেপ্তাৰ
  • গোলদিঘী মহলৰ পাৰ্কিঙত পিষ্টল আৰু গুলী বিক্রী কৰাৰ সময়তে গ্রেপ্তাৰ হয় যুৱকজন
  • ধৃত যুৱকজন বৰখলাৰ জমিৰ আহমেদ বুলি জামিব পৰা গৈছে
  • এটা 7.62 পিষ্টল, চাৰি জাঁই গুলীসহ গ্রেপ্তাৰ যুৱকজন

শিলচৰ