/asomiyapratidin/media/media_files/2025/11/19/new-ap-web-10-2025-11-19-17-31-37.jpg)
ডিজিটেল সংবাদ,চিলাপথাৰঃ পৰ্যটন বিভাগত বিয়াগোম নিযুক্তিৰ কেলেংকাৰীত নাম সাঙোৰ খাই পৰা পৰ্যটন বিষয়া নয়নমনি পামেগাম পৰিল আৰক্ষীৰ জালত। বিষয়া গৰাকীৰ সন্ধানত থকা CM ভিজিলেঞ্চৰ দলে দুপৰীয়া বগীবিল দলঙৰ সমীপৰ ডাম্বুকৰ পৰা আটক কৰে বিষয়া গৰাকীক ।
উল্লেখ্য যে, চিলাপথাৰ আৰক্ষী থানালৈ আনি বিষয়া গৰাকীক সোধা-পোছ আব্যাহত ৰাখিছে। আনফালে অভিযানত থকা বিষয়াই তদন্ত খাতিৰত বিশেষ তথ্য ব্যক্ত কৰাৰ পৰা বিৰত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us