চিচিবৰগাঁও বিধানসভা সমষ্টিত ৰাইজৰ দলৰ উদ্যোগত বিশাল কৰ্মী আৰু যোগদান সভা সম্পন্ন

কৰ্মী সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ক্ষুৰধাৰ সমালোচনা কৰে। ‌

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰাৰ মাজতে চিচিবৰগাঁও বিধানসভা সমষ্টিত ৰাইজৰ দলৰ উদ্যোগত বিশাল কৰ্মী আৰু যোগদান সভা সম্পন্ন। চিচিবৰগাঁও চাৰিআলিত অনুষ্ঠিত কৰ্মী আৰু যোগদান‌ সভাত সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজৰে অংশগ্ৰহণ কৰে।

ৰাইজৰ দলৰ প্ৰতি আকৃষ্ট হৈ কেইবাশ‌ লোকে ৰাইজৰ দলত যোগদান। ইপিনে কৰ্মী সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ক্ষুৰধাৰ সমালোচনা কৰে। ‌

চিচিবৰগাওঁ