/asomiyapratidin/media/media_files/2026/02/25/4-2026-02-25-17-55-38.jpg)
ডিজিটেল ডেস্কঃ চিলাপথাৰৰ মাদুৰিপথাৰস্থিত চিচি সংৰক্ষিত বনাঞ্চলত বিয়লি সংঘটিত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। জ্বলি ছাৰখাৰ হৈ যায় বিস্তৃত এলেকা। ৰাইজে খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনীৰ চাৰিখনকৈ বাহন উপস্থিত হৈ যুদ্ধকালীন তৎপৰতাৰে কোনোমতে নিৰ্বাপন কৰে বনজুই।
/asomiyapratidin/media/post_attachments/36aa3f9b-7cf.png)
দৈৱক্ৰমে ৰক্ষাপৰিল বন্যপ্ৰাণীৰ লগতে বনাঞ্চল সংলগ্ন আৱাসীসকল। কোনো দুস্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰি বনাঞ্চল ধ্বংসৰ চেষ্টা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us