New Update
/asomiyapratidin/media/media_files/2025/10/14/new-ap-sid-2025-10-14-22-40-02.jpg)
- তদন্ত প্রক্রিয়া পৰা আঁতৰি থাকি প্ৰথম অৱস্থাত বহু তথ্য লুকুৱাইছিল দগাবাজ সিদ্ধাৰ্থ শৰ্মাই।
- সেই কথা SITৰ জেৰাত স্বীকাৰ কৰিছে সিদ্ধাৰ্থ শৰ্মাই।
- জুবিন গাৰ্গৰ মোবাইল উদ্ধাৰৰ পিছতে SITয়ে লাভ কৰিছে বহু গুৰুত্বপূৰ্ণ তথ্য।
- জুবিন গাৰ্গৰ মোবাইলৰ পৰা বহুখিনি তথ্য নাইকিয়া কৰিছিল দগাবাজ সিদ্ধাৰ্থ শৰ্মাই।
- ডিলিট কৰা তথ্য পুনঃ উদ্ধাৰ কৰিছে SITয়ে।
- সিদ্ধাৰ্থ শৰ্মাৰ অৰ্থনৈতিক লুণ্ঠনৰ গোচৰত অধিক গুৰুত্ব দিছে SITয়ে।
- ইতিমধ্যে ধুৰন্ধৰ সিদ্ধাৰ্থ শৰ্মাই এটা এটাকৈ স্বীকাৰোক্তি দিছে SITত।