/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/42a3f1fe-932b-424d-b3fe-d66e89f7a57d/HOJAI_19.jpg)
সাংবাদিক দুৰ্ব্যৱহাৰ কৰি নিলম্বিত আৰক্ষী উপ-পৰিদৰ্শক
-
সাংবাদিকক দুৰ্ব্যৱাহৰ কৰি নিলম্বিত হ'ল আৰক্ষী বিষয়া।
-
হোজাইত সংঘটিত হৈছে এই ঘটনা।
-
হোজাই আৰক্ষী থানাৰ ভাস্কৰ বৰা নামৰ উপ-পৰিদৰ্শকজনক নিলম্বন।
-
আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত তাৎক্ষণিকভাৱে নিলম্বন ভাস্কৰ বৰাক।
-
শিৱদয়াল সিং নামৰ এজন সাংবাদিকক দুৰ্ব্যৱহাৰৰ অভিযোগ ভাস্কৰৰ বিৰুদ্ধে।
-
জিলা সাংবাদিক সন্থাৰ লিখিত অভিযোগৰ ভিত্তিত এই নিৰ্দেশ।
-
অভিযোগ অনুসৰি ভাস্কৰ বৰাই সাংবাদিক শিৱদয়াল সিঙক বেআইনী ভাৱে থানালৈ আনি আতিশাৰ্য্য চলাইছিল।