সাংবাদিক দুৰ্ব্যৱহাৰ কৰি নিলম্বিত আৰক্ষী উপ-পৰিদৰ্শক...

সাংবাদিক দুৰ্ব্যৱহাৰ কৰি নিলম্বিত আৰক্ষী উপ-পৰিদৰ্শক
সাংবাদিক দুৰ্ব্যৱহাৰ কৰি নিলম্বিত আৰক্ষী উপ-পৰিদৰ্শক
  • সাংবাদিকক দুৰ্ব্যৱাহৰ কৰি নিলম্বিত হ'ল আৰক্ষী বিষয়া।

  • হোজাইত সংঘটিত হৈছে এই ঘটনা।

  • হোজাই আৰক্ষী থানাৰ ভাস্কৰ বৰা নামৰ উপ-পৰিদৰ্শকজনক নিলম্বন।

  • আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত তাৎক্ষণিকভাৱে নিলম্বন ভাস্কৰ বৰাক।

  • শিৱদয়াল সিং নামৰ এজন সাংবাদিকক দুৰ্ব্যৱহাৰৰ অভিযোগ ভাস্কৰৰ বিৰুদ্ধে।

  • জিলা সাংবাদিক সন্থাৰ লিখিত অভিযোগৰ ভিত্তিত এই নিৰ্দেশ।

  • অভিযোগ অনুসৰি ভাস্কৰ বৰাই সাংবাদিক শিৱদয়াল সিঙক বেআইনী ভাৱে থানালৈ আনি আতিশাৰ্য্য চলাইছিল।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in