শেষ হ'ল ১৪ দিনৰ আৰক্ষীৰ জিম্মাঃ শ্যামকানু-সিদ্ধাৰ্থক বাক্সা কাৰাগাৰালৈ প্ৰেৰণ

আজি অন্ত পৰিছিল সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ ১৪ দিনৰ আৰক্ষীৰ জিম্মা। জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গকো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়...

author-image
Asomiya Pratidin
New Update
1
  • আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে ৫ অভিযুক্তক
  • শ্যামকানু-সিদ্ধাৰ্থসহ ৩ অভিযুক্তক পাণবজাৰ থানালৈ প্ৰেৰণ
  • শ্যামকানু মহন্ত,সিদ্ধাৰ্থসহ ন্যায়িক জিম্মালৈ প্ৰেৰণ জুবিন গাৰ্গৰ ভাতৃ সন্দীপনক
  • জুবিন গাৰ্গৰ দুই PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যকো ন্যায়িক জিম্মালৈ প্ৰেৰণ
  • আদালতত ৫ অভিযুক্তৰ নাছিল কোনো অধিবক্তা
  • অৰ্থনৈতিক লেনদেনৰ গোচৰত শ্যামকানু মহন্ত,সিদ্ধাৰ্থক ইডিয়ে জেৰা চলোৱাৰ সম্ভাৱনা

শ্যামকানু মহন্ত