New Update
/asomiyapratidin/media/media_files/2025/09/25/shyamkanu-2025-09-25-13-51-00.jpeg)
- যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা শ্যামকানু মহন্ত।
- শ্যামকানুৰ বাসগৃহত এছ আই টিৰ অভিযান চলি থকাৰ সময়তে আহিছে ডাঙৰ খবৰ।
- বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত আছে শ্যামকানু মহন্ত!
- বৰঝাৰৰ বিশ্ৰাম কক্ষত আছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তাগৰাকী।
- বিমান বন্দৰৰ পৰাই তেওঁক গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা।
- অৱশ্যে এয়া নিশ্চিত তথ্য নহয়।
- নিশ্চিত তথ্যৰ বাবে অপেক্ষা কৰিব লগিব আৰু কিছু সময়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us