মাজুলীৰ ঐতিহাসিক বৰ এলেঙী সত্রৰ সত্রাধিকাৰৰ শ্রীশ্রী ভৱানন্দ দেৱ গোস্বামীৰ দেহাৱসান...

মাজুলীৰ ঐতিহাসিক বৰ এলেঙী সত্রৰ সত্রাধিকাৰৰ শ্রীশ্রী ভৱানন্দ দেৱ গোস্বামীৰ দেহাৱসান...

author-image
Asomiya Pratidin
New Update
মাজুলীৰ ঐতিহাসিক বৰ এলেঙী সত্রৰ সত্রাধিকাৰৰ শ্রীশ্রী ভৱানন্দ দেৱ গোস্বামীৰ দেহাৱসান...

ডিজিটেল ডেস্কঃ কেইবা দশক ধৰি মাজুলীৰ আধ্যাত্মিক জীৱন, সমাজ জীৱন, জাতীয় জীৱন সমৃদ্ধ কৰা ‘ভৱ গোঁসাই’ৰ বিয়োগ। মাজুলী ঐতিহাসিক বৰ এলেঙী সত্রৰ সত্রাধিকাৰৰ শ্রীশ্রী ভৱানন্দ দেৱ গোস্বামীৰ দেহাৱসানে শোকৰ ছাঁ পেলাইছে ৰাজ্যত।  

Advertisment

আজি পুৱা জি এম চি এইচত বৈকুণ্ঠ প্ৰয়াণ ঘটে সত্ৰাধিকাৰগৰাকীৰ। মৃত্যুৰ সময়ত সত্রাধিকাৰজনৰ বয়স আছিল ৮৫ বছৰ।  ১৯৮৬ চনৰে পৰা সত্রাধিকাৰ আসন অলংকৃত কৰিছিল।  আধ্যাত্মিক জ্ঞানেৰে পৰিপুষ্ট ভৱানন্দ দেৱ গোস্বামীৰ মৃত্যুত শোকৰ ছা পৰিছে মাজুলীৰ লগতে ৰাজ্যত।

মাজুলী