কেনিয়াৰ ৰাষ্ট্ৰপতিলৈ জোতা নিক্ষেপ

পূব আফ্ৰিকীয় দেশ কেনিয়াৰ পাশ্চিমাংশৰ কেহাঞ্চা চহৰত সোমবাৰে এখন ৰাজহুৱা সভাত অপদস্থ হ’ল দেশখনৰ ৰাষ্ট্ৰপতি উইলিয়াম ৰুটো। সভাত ভাষণ দি থকাৰ সময়তে দৰ্শকৰ মাজত থকা এজন লোকে...

author-image
Asomiya Pratidin
New Update
কেনিয়াৰ ৰাষ্ট্ৰপতিলৈ জোতা নিক্ষেপ

কেনিয়াৰ ৰাষ্ট্ৰপতিলৈ জোতা নিক্ষেপ

ডিজিটেল ডেস্ক : পূব আফ্ৰিকীয় দেশ কেনিয়াৰ পাশ্চিমাংশৰ কেহাঞ্চা চহৰত সোমবাৰে এখন ৰাজহুৱা সভাত অপদস্থ হ’ল দেশখনৰ ৰাষ্ট্ৰপতি উইলিয়াম ৰুটো। সভাত ভাষণ দি থকাৰ সময়তে দৰ্শকৰ মাজত থকা এজন লোকে ৰাষ্ট্ৰপতিগৰাকীলৈ জোতা নিক্ষেপ কৰে।

Advertisment

ইয়াৰ পাছতে নিৰাপত্তাৰক্ষীসকলে তেওঁক ৰক্ষা কৰিবলৈ চেষ্টা কৰে যদিও জোতাপাতে ৰুটোৰ বাহুত আঘাত কৰে। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

president