New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
- মালিগাঁৱৰ পাণ্ডুত চাঞ্চল্যকৰ হত্যাকাণ্ড।
- বাঁহেৰে মৰিয়াই মৰিয়াই এজন লোকক হত্যা।
- নিহত লোকজনৰ নাম ৰাজু দে।
- অমূল্য ৰাজবংশী নামৰ এজনৰ আক্রমণত নিহত ৰাজু দে।
- চুলাই ঘাটিত দুয়োৰে মাজত কাজিয়াৰ সূত্রপাত হৈছিল।
- GMCHলৈ নিয়াৰ পথত মৃত্যু হয় ৰাজু দেৰ।
- ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল ৰাজুৰ পৰিয়ালৰ।
- বৰ্তমান পলাতক হত্যাকাৰী অমূল্য ৰাজবংশী।