New Update
/asomiyapratidin/media/media_files/2025/10/17/new-ap-web-2-2-2025-10-17-10-50-54.jpg)
- শেখৰজ্যোতি, অমৃতপ্ৰভাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ
- কিছুসময় পূৰ্বে CJM আদালতৰ পৰা উলিয়াই অনা হ'ল দুয়োকে
- কটকটীয়া নিৰাপত্তাৰ মাজেৰে দুয়োকে লৈ যোৱা হৈছে কাৰাগাৰলৈ
- আদালতলৈ নিয়াৰ পূৰ্বে সম্পন্ন দুয়োৰে স্বাস্থ্য পৰীক্ষা
- দুয়োকে মৰিগাওঁ অথবা ডিফু কাৰাগাৰলৈ লৈ যোৱাৰ সম্ভাৱনা
- বাক্সাকাণ্ডৰ পাছতে অধিক তৎপৰ অসম আৰক্ষী
- ২ অক্টোবৰত গ্ৰেপ্তাৰ হৈছিল শেখৰজ্য়োতি, অমৃতপ্ৰভা